Sunday 21 July 2013

সোঁৱৰণী.....(কবিতা)

তোমাৰ বাৰু পৰেনে মনত...
উমলা দিনৰ কথা দিখৌৰ পাৰত....
দিছাংৰ পাৰৰ প্ৰতিতো শপত.....
পৰে যদি মনত
নিশ্চয় তুমি আহিবা দিহিংৰ পাৰলৈ...
শুনিবলৈ মোৰ ঐনিতম আৰু গুমৰাগৰ শৱদ....

No comments:

Post a Comment