Saturday 27 July 2013

শৈশৱৰ তুমি জনিলৈ........

শৈশৱৰ পৰা পোনে পোনে গৈ যৌবন পাৰ হৈ কেকুৰি এটী পোৱা হলে........
ওভতি আহিলো হেতেন আকৌ  শৈশৱলে.....
তোমাৰ হাতত হাত থৈ আকৌ খোজ দিলো হয় যৌৱনলে লাহে লাহে...........
সৰুতে খেলা কইনা দৰাৰ মিছা মিছি কইনাজনী.........
সচাকৈযে় লৈ আনিলোহেতেন তোমাক ............
সখি হৈ সমনীযা়ই গালে হয় জোৰা নাম ..........
আকৈ বাকৈ কোনোবাই কাৰোবাক............

No comments:

Post a Comment