Saturday 20 July 2013

বিষাদৰ স্নেপ...

 স্নেপ..১
আবেগৰ ঢৌ তুলি..
বুকুৱেদি বৈ আছিল এখনি নৈ
হৃদয়ৰ পাৰ ভাঙি,
এতিয়া পিছে..
মৰা সূঁতি
কবৰস্হ আশা..
স্বপ্নৰ মৰিশালিত….

 স্নেপ..2

স্বপ্নবিভোৰ যৌৱনৰ জোনাকী নিশা...
তোমাৰ প্ৰেমৰ জিপাল কোলা...
সাৰ পাই পুৱতি নিশা......
খেপিয়াই দেখিলো......
শিলত মুৰথৈ মৰুত মই আৰু অমানিশা
উৰিবলে
নাই আকাশ...
সপোনলে
নাই এতিয়া অৱকাশ
                                           ৫॥৭॥২০১৩

No comments:

Post a Comment